মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

বাৰ্ধক্যজনিত পেন্সনৰ বাবে আবেদন

এনে পেন্সন প্লেন অসম চৰকাৰৰ দ্বাৰা জাৰি কৰা নিৰ্দেশ নং এ.আৰ.২৯/৮৮/৪৩ তাং ০৮/০৬/১৯৮৯ৰ দ্বাৰা বৰ্ণনা কৰিব পাৰি যত প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ অধ্যাপনা আৰু প্ৰশাসনীয় বিভাগৰ কৰ্মচাৰী আৰু পঞ্চায়ত বিভাগৰ প্ৰাদেশিকীকৃত কৰ্মচাৰীসকলৰ বাবে পেন্সন প্ৰদান নিৰ্দেশৰ নিয়মাৱলীসমূহ নিৰ্দিষ্ট সময়সূচীৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে। এই নিৰ্দিষ্ট সময়সূচী হৈছে এনে ধৰণৰ যে উক্ত কৰ্মচাৰীসকলে বাৰ্ধক্যজনিত অৱসৰ গ্ৰহণ কৰাৰ ছমাহ আগতে কাৰ্যালয়ৰ মুখ্য বিষয়াৰ জৰিয়তে আবেদন জমা কৰিব লাগিব।

নিম্নোলিখিত নথিসমূহ বাৰ্ধক্যজনিত পেন্সন দাবীৰ লগত সদায়েই থাকিব লাগেঃ

বাৰ্ধক্যজনিত পেন্সন

 

 

১. পেন্সনৰ আবেদন

 

 

২. বয়সৰ প্ৰমাণ পত্ৰ

 

 

৩. সেৱা পুস্তক

 

 

৪. শেহতীয়া বেতনৰ প্ৰমাণ পত্ৰ

একপি

 

৫. মঞ্জুৰীৰ কপি- অস্থায়ী পৰিয়াল পেন্সন আৰু পি/ডি.চি.আৰ.জি.

একপি

 

৬. মৃত্যু-নাইবা-অৱসৰৰ পাৰিতোষিকৰ কাৰণে মনোনয়ন

একপি

৭. বৰ্ণনাত্মক বহী

দুকপি

 

৮. চৰকাৰী কৰ্মচাৰীৰ সদস্যৰ সবিশেষ

একপি

 

৯. ফৰ্ম নং.১(সংশোধিত)

একপি

 

১০. ফৰ্ম নং ১ ক(নতুন)

একপি

 

১১. ফৰ্ম নং ২(সংশোধিত)

একপি

 

১২. ফৰ্ম নং ১৯

একপি

 

১৩. প্ৰত্যায়িত একক ফটোগ্ৰাফ/যুগ্ম ফটোগ্ৰাফ

তিনি কপি

 

১৪. দাবী নমুনা হস্তাক্ষৰ/টিপ চহী থকা পত্ৰী

দুকপি