মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

পৰিয়াল পেন্সনৰ বাবে আবেদন

১৯৬৪ৰ আঁচনিৰ অধীনত কোনো চৰকাৰী চাকৰিয়ালৰ কাৰ্যকালৰ সময়ত বা অৱসৰৰ পিছত হোৱা মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক (১৪৩ নিয়মাৱলীত উল্লেখ থকা মতে) পেন্সনৰ অনুমতি দিয়া হয়। চাকৰিত কৰ্মৰত অৱস্থাত হোৱা মৃত্যুৰ ক্ষেত্ৰত মৃত চৰকাৰী চাকৰিয়ালজন জীৱিত কালত অন্ততঃ ১ বছৰ স্থায়ীভাৱে চাকৰিত নিযুক্ত হৈ থকাটো ফেমিলী বা পৰিয়ালৰ পেন্সন পাবৰ বাবে বাঞ্চনীয়।

নিম্নোলিখিত নথিসমূহ পেন্সন দাবীৰ লগত সদায়েই থাকিব লাগেঃ

পৰিয়াল পেন্সন

 

 

১. পেন্সনৰ আবেদন(পেন্সনভোগী আৰু পত্নী/পতিৰ নাম উল্লেখ থাকিব লাগিব)

 

২. সেৱা পুস্তক

 

 

৩. শেহতীয়া বেতনৰ প্ৰমাণ পত্ৰ

 

একপি

৪. মঞ্জুৰীৰ কপি- অস্থায়ী পৰিয়াল পেন্সন আৰু ডি.চি.আৰ.জি.

একপি

 

৫. মৃত্যু-নাইবা-অৱসৰৰ পাৰিতোষিকৰ কাৰণে মনোনয়ন

একপি

৬. বৰ্ণনাত্মক বহী

দুকপি

 

৭. চৰকাৰী কৰ্মচাৰীৰ সদস্যৰ সবিশেষ

একপি

 

৮. ফৰ্ম নং.৩(সংশোধিত)

একপি

 

৯. ফৰ্ম নং ১০(সংশোধিত)

একপি

 

১০. ফৰ্ম নং ১৯(নতুন)

একপি

 

১১. ফৰ্ম নং ২১(নতুন)

একপি

 

১২. প্ৰত্যায়িত অকলশৰীয়াকৈ থকা ফটোগ্ৰাফ(নামটো ওলোটাকৈ উল্লেখ থকা)

 

তিনি কপি

১৩. পতি/পত্নীৰ নমুনা হস্তাক্ষৰ/টিপ চহী থকা পত্ৰী

দুকপি

১৪. মৃত্যুৰ প্ৰমাণ পত্ৰ

একপি

 

১৫. উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ/যথাযথ কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা অত্মীয়ৰ প্ৰমাণ পত্ৰ

একপি