মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ পেন্সন সঞ্চালকালয়

সফলতাৰ কাহিনী

চৰকাৰী নিৰ্দেশ এ.আৰ. ২৯/৮৮/৪৩ তাং ০৮/০৬/১৯৮৯ৰ ভিত্তিত পেন্সন সঞ্চালকালয়ৰ গঠন কৰা হৈছিল আৰু বিত্তীয় বিভাগৰ মেম’ নং এফ.এম.পি. ১০/৮৯/১৭ তাং ২০/০৭/১৯৮৯ অনুসৰি পেন্সন সঞ্চালকক ক্ষমতা প্ৰদান কৰা হৈছিল।

  • পূৰ্বতে সকলো পেন্সনৰ কেচসমূহএই সঞ্চালকালয়ৰ দ্বাৰা প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ অধ্যাপনা আৰু প্ৰশাসনীয় কৰ্মচাৰীৰ ৬৭৯৬৪টা পেন্সনৰ কেচ মীমাংসা কৰা হৈছে।
  • ০৩/০৩/২০০৯ৰ পৰা ৩১/০৭/২০১৭ পৰ্যন্ত লাভ কৰা সৰ্বমুঠ পেন্সনৰ আবেদনৰ সংখ্যা হৈছে ৫০৮৮৭।
  • ০৩/০৩/২০০৯ৰ পৰা মে’,২০১৬ পৰ্যন্ত পেন্সন তথ্য সঞ্চালকালয়/ডিৰেক্টৰেট অৱ পেন্সন ইনফৰমেশ্যন চিষ্টেমৰ দ্বাৰা ২৫৬১২ সংখ্যক পেন্সন কেচ মীমাংসা কৰা হৈছে।
  • ০১/০৬/২০১৬ৰ পৰা ৩১/০৭/২০১৭ পৰ্যন্ত ডি.পি.আই.এছৰ দ্বাৰা ১৫৮৮৬ সংখ্যক পেন্সনৰ কেচ সমাধা কৰা হৈছে।
  • ১ আগষ্ট,২০১৭ পৰ্যন্ত ৯৩৮৯টা পেন্সনৰ কেচ অমীমাংসিত হৈ আছে।
  • ওপৰোক্ত তথ্যই দেখাইছে যে ০১/০৬/২০১৬ৰ পৰা ৩১/০৭/২০১৭ পৰ্যন্ত এক বুজন সংখ্যক পেন্সনৰ কেচ সমাধা কৰা হৈছে।
Downloads
TitleSizeDetail
FILE PROCESSING REPORT FOR 2016-2017.pdf260.14 KBswf-image
MONTH WISE CASE PROCESSING REPORT.docx49.78 KBswf-image
YEAR WISE FILE PROCESSING REPORT.pdf250.16 KBswf-image
Success Story